সতীশ কৌশিকৰ মৃত্যুৰ পিছত এটা নাটকীয় টুইষ্ট। এইবাৰ ব্যৱসায়ী বিকাশ মালুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছতে স্বামীৰ দাউদ-যোগ উদঙাই দিলে সানভি মালুৱে।
সতীশ কৌশিকৰ মৃত্যুৰ পিছত এটা নাটকীয় মুহূৰ্ত প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীৰ মৃত্যুৰ পিছত দিল্লীৰ ব্যৱসায়ী বিকাশ মালুৰ নাম আহিল। পত্নী সনভি মালুৱে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰে। সতীশৰ পৰা বিকাশে ১৫ কোটি টকা ঋণ লৈছিল বুলি সনভিৰৰ দাবী। তেওঁ আৰু অভিযোগ কৰে যে ঋণ পৰিশোধক লৈ হোৱা কাজিয়াত বিকাশে প্ৰবীণ অভিনেতাজনক বিষাক্ত দ্ৰব্য সেৱন কৰাইছিল। সেই অভিযোগৰ পিছত এইবাৰ সনভিয়ে অধিক বিস্ফোৰক দাবী উত্থাপন কৰিলে। অন্ধকাৰ জগতৰ মুৰব্বী ডাউদ ইব্ৰাহিমৰ সংস্পৰ্শত আছিল বিকাশ ।