থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত এজন যুৱক । শুৱালকুছিৰ বংশৰ বৰতলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ হৈছে AS 01 EX 1267 থিতাতে নিহত হোৱা যুৱকজন বংশৰ বৰবাৰী পাহাৰৰ ৰিন্টু মণি ডেকা । গুৰুতৰভাৱে আহত যুৱকজন শুৱালকু্ছিৰ ৰাহুল নাথ ।