
মৰিগাঁও জিলাত বিগত সময়ত চলি থকা বিভিন্ন অসামাজিক কাণ্ড সন্দৰ্ভত বিশেষকৈ ভূৰাগাঁও বালিডুংগাত শিশু ধৰ্ষণ আৰু হত্যাকাৰী অভিযুক্ত চৈয়দ আলি ওৰফে পাঠা DNA টেষ্টৰ সন্দৰ্ভ, ড্ৰাগছ সৰবৰাহ কাৰি আছাদুল ইছলামক মৰিগাঁও আৰক্ষীৰ কৰা এনকাউণ্টাৰৰ লগতে মৰিগাঁও ধৰমতুলত সংঘটিত মানৱ দেহৰ অংগ বিক্ৰী তথা ব্যবসায়ী এজনক গ্ৰেপ্তাৰ সন্দৰ্ভত এই সংবাদ মেল আয়োজন কৰা হয়।