শীঘ্ৰে প্ৰকাশ পাব মোৰ নৱতম উপন্যাস “পালেংতলি” । চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনবোধ, তেওঁলোকৰ গন জীৱনৰ দুখ, বেদনাৰ বাটেৰে পালংতলিয়ে বহন কৰিছে আমাৰ সমাজৰ সামন্ত চৰিত্ৰৰ খকুঁৱা জীৱনৰ দস্তাবেজ।স্বাধীনতাৰ বাটেৰে যুগে যুগে জনতাৰ চকুলোৰ বাটে তিতোৱা পালংতলিৰ পাতে পাতে বিকশিত হৈছে ৰাজনীতিৰ জীৱন কথাৰ চকুলো ।