sangbad lahar logo

লামডিং বনাঞ্চলত কাইলৈৰ পৰা চলিব উচ্ছেদ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে লামডিং বনাঞ্চলৰ বেদখলস্থলীত উচ্ছেদ চলাবলৈ সম্পূৰ্ণ সাজু  হৈছে হোজাই জিলা প্ৰশাসন। কাইলৈ আৰু পৰহিলৈ দুদিন উচ্ছেদ চলোৱা হ’ব লামডিং বনাঞ্চলৰ ভেটনলা আৰু কমৰপানী বেদখলস্থলীত। 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *