লাইলাপুৰৰ ঘটনাত গৰিহণা দি ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ। আজিৰে পৰা তিনিদিনৰ বাবে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই ঘোষণা ৰাজ্য চৰকাৰৰ।
এই সময়ছোৱাত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো সাংস্কৃতিক অনুষ্ঠান।