
টেছলাই প্ৰকাশ কৰা অনুসৰি, কোম্পানীটোৰ ৰাজহ এবছৰ পূৰ্বৰ ত্ৰিমাহিকৰ ৬.০৪ বিলিয়ন ডলাৰৰ পৰা দুগুণ বৃদ্ধি পাই ১১.৯৬ বিলিয়ন ডলাৰ হ’ল ।
টেছলাৰ স্বত্বাধিকাৰী মাস্কে কোম্পানীটোৰ এই বাণিজ্যিক সফলতাক বাস্তৱত এক অবিশ্বাস্য মাইলৰ খুঁটি আখ্যা দিলে ।
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে টেইলাই ভাৰতত বৈদ্যুতিক গাড়ী উৎপাদন কাৰখানা স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । তদুপৰি টেছলাই নিৰ্মাণ কৰা গাড়ীৰ শ্ব’ৰূমো ভাৰতৰ একাধিক চহৰত মুকলি কৰাৰ পৰিকল্পনা টেছলাই গ্ৰহণ কৰিছে ।