sangbad lahar logo

যোৰাবাটত শোকাৱহ পথ দুৰ্ঘটনা । ১৩ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় এশ ফুট তললৈ পৰিল মৃ. ত. দে. হ কঢ়িওৱা বাহন ।

এটি মৃতদেহসহ বাহনখনত আছিল আন ছগৰাকীকৈ লোক ।

আটাইকে সংকটজনক অৱস্থাত যোৰাবাট যানবাহন আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে  GMCH লৈ

আনহাতে দুৰ্ঘটনাস্থলীতে পৰি ৰৈছে মৃতদেহটো ।

বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত উদ্ধাৰ হোৱা নাই লোককেইজনৰ পৰিচয় ।

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন ।

বাহনখন তলত বাগৰি পৰাৰ ফলত উক্ত স্থানত কাম কৰি থকা আন তিনি শ্ৰমিকো আহত হয় ।

ঘটনাস্থলীত উপস্থিত হয় যোৰাবাট আৰক্ষী ।

Related Articles