sangbad lahar logo

যোৰহাট-মাজুলী সংযোগী দলং অনুমোদন কেন্দ্ৰৰ

যোৰহাট-মাজুলী সংযোগী দলং অনুমোদন কেন্দ্ৰৰ , ব্ৰহ্মপুত্ৰৰ ওপৰত হ’বলগীয়া দলঙৰ বাবে আবণ্টন ৯২৫ কোটি টকা। ৪বছৰৰ ভিতৰত সম্পূৰ্ন হ’ব নিৰ্মাণকাৰ্য্য। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে টুইট যোগে সাদৰী কৰে এই কথা। বহুদিনীয়া সপোন পূৰণত মতলীয়া দ্বীপজিলাবাসী ।মাজুলীৰ চৌদিশে এতিয়া আনন্দৰ বন্যা । মাজুলীৰ স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কৃতজ্ঞতা জ্ঞাপন মাজুলীবাসীৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *