sangbad lahar logo

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৬ কৰ্মচাৰীক বৰ্খাস্ত…

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (জিষ্ট) ত বক্ৰ পথৰে নিযুক্তি প্ৰদান কৰা ৬ জনকৈ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ কাৰিকৰী সঞ্চালকালয়ৰ । বখাস্ত কৰাৰ নিৰ্দেশ দিয়া কৰ্মচাৰী কেইজন হ’ল ক্ৰমে–হেমন্ত গগৈ, মানস প্ৰতিম গগৈ, ৰমেশ বৰা, ৰিমঝিম গগৈ, মুকুল গগৈ আৰু নিলু বাল্মিকী । ২০১৭ চনত নিযুক্তি পাইছিল এই কৰ্মচাৰী কেইজনে। ইয়াৰ পূৰ্বে বক্ৰ পথৰে নিযুক্তি পোৱা নৱনীতা বৰঠাকুৰ, বিৰ্দাৰ্থী বৰা আৰু অজন্তা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *