sangbad lahar logo

যোৰহাটৰ হাবিচুকত অগ্নিকাণ্ড । দেৱাশীষ ৰাজখোৱা নামৰ লোকজনৰ ঘৰত অনুষ্ঠিত বছৰেকীয়া শ্ৰাদ্ধ অনুষ্ঠানত এই ঘটনা ।

অগ্নিকাণ্ডত ভস্মীভূত হয় দুটাকৈ ভাড়াঘৰ ।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপণ কৰা হয় জুই ।

Related Articles