ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ৰ উদ্যোগত অনুষ্ঠিত “যুৱ বিজ্ঞানী কাৰ্যসূচী” (Young Scientist Programme) যুৱিকা (YUVIKA – 2025) ৰ বাবে আবেদন প্ৰক্ৰিয়া ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক বিজ্ঞান, প্রযুক্তি আৰু মহাকাশগৱেষণাৰ প্ৰতি উদ্বুদ্ধ কৰা।
আবেদনৰ অন্তিম তাৰিখ: ২৩ মাৰ্চ, ২০২৫
এই কাৰ্যসূচী ২ সপ্তাহৰ আবাসিক প্ৰশিক্ষণ হ’ব আৰু ইয়াত অংশগ্ৰহণৰ বাবে কোনো মাচুল নাই। শিক্ষাৰ্থীসকলে বিনামূলীয়া নামভৰ্তি আৰু প্ৰশিক্ষণ লাভ কৰিব।
অধিক তথ্য আৰু আবেদন কৰিবলৈ লগ ইন কৰক:
🔗 https://jigyasa.iirs.gov.in/yuvika