গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত আবদ্ধ হৈছে যাত্ৰীবাহী ফেৰী ।
১০:৪০ বজাত গুৱাহাটীৰ পৰা মধ্যমখণ্ড অভিমুখী ফেৰীখন পানীৰ বালিচৰত আবদ্ধ হৈছে ।
গুৱাহাটীৰ ফালে পানী শুকোৱা বাবে অসুবিধাত পৰিছে জলপৰিবহণ কৰ্মী ।
ফেৰী চলিবলৈ ৫ ফুট পানীৰ আৱশ্যক ।
গুৱাহাটী পাৰঘাটত ০-ৰ পৰা ৪ ফুট পানী আছে ।
ফেৰী ঘাট স্থানান্তৰৰো উপায় নাইকিয়া হৈছে ।