sangbad lahar logo

মৰিয়নীত ডঃ হিমন্ত বিশ্ব শর্মা ফেন ক্লাৱৰ উদ্যোগত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ।

আজি মৰিয়নীত ডঃ হিমন্ত বিশ্ব শৰ্মা ফেচ ক্লাৱৰ উদ্যোগত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখযোগ্য , নৱগঠিত হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱৰ মুখ্য উপদেষ্টা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত আজি এই ফেন ক্লাৱৰ শুভ উদ্বোধন কৰা হয়, কুৰ্মীয়ে আজি তেখেতৰ বিবাহ বাৰ্ষিকীৰ দিনাই এই কাৰ্যসূচী শুভাৰম্ভণি কৰি আনন্দ প্ৰকাশ কৰে , লক ডাউনে কোঙা কৰা দৰিদ্ৰ লোকসকলে খাদ্য সামগ্ৰী গ্ৰহণ কৰি সন্তুষ্টি লাভ কৰে, এই কাৰ্যসূচী ক্ৰমান্বয়ে মৰিয়নীৰ বিভিন্ন অঞ্চলত আৰু নগৰৰ প্ৰত্যেক ৱাৰ্ডৰ দৰিদ্ৰ লোকসকলক সামৰি লোৱাৰ কথা সদৰি কৰে তেওঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *