মৰিগাঁৱত ছাগলী চোৰৰ সন্ত্ৰাস…

মৰিগাঁৱত ছাগলী চোৰৰ সন্ত্ৰাস,বিলাসী বাহনেৰে ছাগলী চুৰি কৰাৰ চেষ্টা চোৰৰ৷ ,AS21F 6118 নম্বৰৰ alto বাহনত ছাগলী উঠাই চোৰ কৰিছিল চোৰে ৷মৰিগাঁও শংকৰ মাধৱ বিদ্যালয়ৰ ওচৰৰ পৰা কলা ৰঙৰ ছাগলী জনীক বিস্কুট খুৱাই উঠাইছিল alto বাহনত ৷ ৰাইজৰ সহযোগত মৰিগাঁও চহৰৰ মাজমজিয়াত বাহন খন কৰায়ত্ব কৰিবলৈ সক্ষম ৷বাহন খনৰ পৰা পলায়ন কৰে ছাগলী চোৰে,ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত ৷