sangbad lahar logo

মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী |

নিউজ ডেস্ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত সমগ্র অসমৰ লগতে মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী।

জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আৰক্ষীৰ বাধা নেওচি অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *