sangbad lahar logo

মৰিগাঁও বৰঙাবাড়ীত চাঞ্চল্যকৰ ঘটনা । পুখুৰীত পৰি মৃত্যু মৰিগাঁও ময়েনগুৰীৰ নিবাসী কুমল দাস নামৰ ৩০ বছৰীয়া ব্যক্তিৰ ।

পুখুৰীত পৰি মৃত্যু মৰিগাঁও ময়েনগুৰীৰ নিবাসী কুমল দাস নামৰ ৩০ বছৰীয়া ব্যক্তিৰ ।

যোৱা নিশা সুৰা আসক্ত অৱস্থাত ব্যক্তিজনে বৰঙাবড়ীৰ এটা পুখুৰীত জাপ দি আত্মহত্যা কৰে ।

পুৱা SDRF  বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

Related Articles