ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ,বলি থকা মাজতে বিজেপি দলে চলাইছে এটা পাছত এটাকৈ নিৰ্বাচনী প্ৰচাৰ।
মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ভকত গাওঁ গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী মনটি লাহন, আজি পঞ্চায়তৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সহাঁৰি, এইবাৰ নিৰ্বাচনলৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী মনটি লাহন, আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।
