দুৰ্ঘটনাত পতিত মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃক কঢ়িওৱা বাহন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01DX5271। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ডিফুৰ এখন সভালৈ গৈ থকা অৱস্থাতে এখন স্ক’ৰপিঅ’ বাহনৰ খুন্দা। মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃ থকা বাহনখনক খুন্দিয়াই স্ক’ৰপিঅ’ বাহনৰ পলায়ন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ আটাইকেগৰাকীক।