মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃষ্টিনা দেৱীয়ে । কেমেৰাৰ আগত ছাত্রীগৰাকীৰ অনুভৱ । নগাঁওৰ Concept Academy ত অধ্যয়ন কৰিছিল ছাত্রীগৰাকী ।