sangbad lahar logo

মৈৰাবাৰী-ধিং সংযোগী ৰাজপথত ভয়ংকৰ অগ্নিকাণ্ড।

আজি পুৱাৰ ভাগত মৈৰাবাৰী-ধিং গড়কাপ্তানী পথৰ মৈৰাবাৰী পেট্ৰল পাম্পৰ ওচৰত মৰাপাটৰ ঠাৰি ভৰ্তি টেক্টৰত বিদ্যুৎৰ তাঁৰত লাগি দাওঁ-দাওঁ কৈ জ্বলি উঠে । লগে-লগে ঘটনা স্থলীত অগ্নি নিৰ্বাপকৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নুমোৱাবালৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *