মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি…

মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উ*ত্ত*প্ত পৰিস্থিতি।
মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ।মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ কৰে । মুছলিম বিৰুদ্ধী আইন কোনো পদ্য গ্ৰহণ যোগ্য নহয় ।

ৱাকফক আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰন কৰিব বিছাৰিছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা,অসম (মুছা)ৰ সভাপতি আশ্বিক ৰাব্বানীয়ে ।ৱাকফক আইন বাতিল কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মুদী মুৰ্দাবাদ , অমিত শ্বাহ হায় হায় আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তুলে ।