sangbad lahar logo

মৈৰাবাৰীত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ…

বিহাৰ আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ দিলোৱাৰ হুছেইন নামৰ কুখ্যাত ব্যক্তিজন।

বিহাৰৰ চাইবাৰ অপৰাধীৰ লগত মিলিত চলাই আছিল লাখ লাখ টকাৰ লুণ্ঠন।

বিহাৰত হোৱা এক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ দিলোৱাৰ হুছেইন । বিহাৰ আৰক্ষীৰ তদানীন্তন এটা দলে মৈৰাবাৰীৰ লেঙৰীবৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধীটোক।

বিহাৰৰ পৰা অহা এদল আৰক্ষী আৰু মৈৰাবাৰী থানাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে এই চাইবাৰ অপৰাধী টোক।

দেশৰ আন আন ৰাজ্যৰ লগতে বিহাৰ আৰু অসমৰ বহু লোকৰ পৰা OTP সংগ্ৰহ কৰি, সেই সকলৰ নামত লোণ লৈ লুটি আছিল লাখ-লাখ টকা। দিলোৱাৰ হুছেইনৰ পৰা ৩০০ চিম কাৰ্ড আৰু দহটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *