sangbad lahar logo

মুম্বাই ইণ্ডিয়ানছত জিন্তিৰ সফলতা

পুৱাৰে পৰা উৎকণ্ঠাত জিন্তিমণিৰ পিতৃ মাতৃ

মুম্বাই ইণ্ডিয়ানছত মূল একাদশ স্থান পালে অসমৰ জিন্তিমণি কলিতাই ।

মঙ্গলদৈত থকা পৰিয়ালৰ মাজত উৎসাহৰ ঢল ।

প্ৰথম বাৰৰ বাবে পিতৃ মাতৃয়ে জীয়ৰীৰ খেল উপভোগ কৰিলে টেলিভিছনত ।

অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে জিন্তিৰ পিতৃ মাতৃয়ে ।

Related Articles