sangbad lahar logo

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখে জুবিন গাৰ্গৰ যাত্ৰা

Breaking
জুবিন গাৰ্গ পুনৰ ঘুৰি আহি আছে অসমলৈ । বিগত ৯ মাৰ্চৰ পৰা জুবিন গাৰ্গ আছিল মুম্বাইত । আজি মুম্বাইৰ পৰা শ্লীপাৰ বাছেৰে অসমলৈ যাত্ৰা আৰম্ভ কৰিছে পত্নীসহ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ দুই সতীৰ্থ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *