sangbad lahar logo

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত দপ্তৰৰ সালসলনি

হস্ততাঁত বয়ন, ভূমি সংৰক্ষণৰ লগতে বড়োলেণ্ড উন্নয়নৰ দায়িত্ব অৰ্পন কৰা হৈছে ইউ জি ব্ৰহ্মক।
ইপিনে শিক্ষামন্ত্ৰী ৰণোজ পেগুক প্ৰদান কৰা হৈছে
ভৈয়াম জনজাতি আৰু পিচপৰা জাতি কল্যাণৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে পেগুক।
শেহতীয়াকৈ সদৰি কৰা হৈছে এই তথ্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *