sangbad lahar logo

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা  । সোঁ ভৰিত গুৰুতৰভাৱে আহত বাইক আৰোহী ।

সোমবাৰে মিৰ্জাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

ঘটনা অনুসৰি ট্ৰাকত খুন্দা লাগি গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক হাস্পাতাললৈ প্ৰেৰণ কৰে ।

Related Articles