এখন বাইকত তিনিজন উঠাৰ পৰামৰ্শ দিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দিলে এইবাৰ মিঠাতেলৰ দাম নিয়ন্ত্ৰণ কৰাৰ ফৰ্মূলা। মিঠাতেলৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ এইবাৰৰ দীপাৱলীত কমকৈ চাকি জ্বলাবলৈ পৰামৰ্শ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।