মৃতদেহটো মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দিষ্ট হোৱা ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তীৰ।
নৱমীৰ পুৱা ঘৰৰ পৰাই নিৰুদ্দিষ্ট হোৱা ৫ বছৰীয়া শিশু অভিমন্যু চক্ৰৱৰ্তী মৃতদেহ
মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত উদ্ধাৰ কৰা হয় ।
আজি পুৱা স্থানীয় লোকে বুঢ়ীদিহিং নৈত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰাৰ লগত মৃতদেহটো
মৰোণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিঙত শিশুৰ মৃতদেহ উদ্ধাৰ।
