sangbad lahar logo

মাৰ্ঘেৰিটাত তীব্ৰবেগী চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনা

তিনিচুকীয়াৰ পৰা জাগুন দিশে গৈ থকা চিমেণ্ট ভৰ্তি ট্ৰাকখন আজি ৰাতিপুৱা প্ৰায় ৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয় । পাঞ্জাৱ বডী ট্ৰাকখনৰ নম্বৰ হৈছে AS- 01- Z- 2295 গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱায় মাৰ্ঘেৰিটা নতুন দলঙৰ ৰেলিং ভাঙি বুঢ়িদিহিং নদীৰ বুকুত বাগৰি পৰে ।  ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীৰ চালকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও গুৰুত্বৰ আঘাতপ্ৰাপ্ত হৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

Related Articles