মালয়বাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আজি আৰ্তজনক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । কামৰূপ মহানগৰ জিলা পৰিষদৰ চেয়াৰমেন চিৰমণি কোঁৱৰ আৰু জিলা পৰিষদৰ সদস্য যদু বৰুৱাক এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় মালয়বাৰীৰ গাঁও পঞ্চায়তৰ সভাপতি পবিত্ৰ কুমাৰ দাসে ।
