মানকাচৰৰ ময়নাবান্ধাত জিলা আৰক্ষীৰ অভিযান। ভুট্টু নামৰ লোক এজনৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল।
আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে চাউল খিনি।
প্ৰায় ২০০ বস্তা চাউল জব্দ কৰিছে আৰক্ষীয়ে।
বৰ্তমানো অব্যাহত আছে আৰক্ষীৰ অভিযান