sangbad lahar logo

মাণিকপুৰৰ ভাণ্ডাৰাত NEET পৰীক্ষাত উত্তীৰ্ণ দুই ছাত্ৰক সম্বৰ্ধনা।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত সৰ্ব ভাৰতীয় NEET পৰীক্ষাত সাফল্য লাভ কৰা দুজনকৈ ছাত্ৰক সম্বৰ্ধনা জনায় অগপৰ ভাণ্ডাৰা শক্তি পৰিষদে। সৰ্ব ভাৰতীয় NEET পৰীক্ষাত ভাণ্ডাৰাৰ জাকিৰ হুছেইন আৰু ছালাবিলাৰ হাচানুৰ জামানে সাফল্য লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ভাণ্ডাৰাত অগপৰ ভাণ্ডাৰা শক্তি পৰিষদে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি দুয়োজন ছাত্ৰক সম্বৰ্ধনা জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *