sangbad lahar logo

মাটিৰ দালাল চক্ৰৰে জড়িত জুৰি শৰ্মাক গ্ৰেপ্তাৰ । পানীখাইটি চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল জুৰি শৰ্মা ।

মাটিৰ দালাল চক্ৰৰে জড়িতৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ ।

চাইবাৰ চক্ৰই গ্ৰেপ্তাৰ কৰে জুৰি শৰ্মা নামৰ মহিলাগৰাকীক ।

পানীখাইটি চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল জুৰি শৰ্মা ।

জুৰি শৰ্মা কনিষ্ঠ সহায়কৰূপে কৰ্মৰত আছিল ।

এই পৰ্যন্ত মাটিৰ জালিয়াতিত গ্ৰেপ্তাৰৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি ।  

Related Articles