sangbad lahar logo

মাজুলীত ৰাসৰ প্ৰস্তুতি।

আজি লক্ষ্মী পূৰ্ণিমা ,ধৰাৰ বুকুলৈ শৰতৰ আগমনৰ লগে লগে ৰাস মহোৎসৱক লৈ উখল মাখল সত্ৰ নগৰী মাজুলী ,লক্ষ্মী পূৰ্ণিমাৰ দিনাই পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ২১ খন সত্ৰ আৰু ৫৪ খনকৈ ৰাস মঞ্চত মেলা হৈছে ৰাসলীলাৰ নাট,গোপিনী নৃত্যত উখল মাখল মাজুলী, ৰাসৰ গীতত মুখৰিত আকাশ বতাহ,খোল তাল,বাঁহীৰ শব্দত এক উৎসৱ মুখৰ পৰিৱেশ। যেন গোকুল,বৃন্দাবন, মথুৰালৈ পৰিণত হৈছে সত্ৰ নগৰী মাজুলী ,যোৱা এমাহ যোৰা প্ৰস্তুতিৰ অন্তত ১৮,১৯, ২০ আৰু ২১ নৱেম্বৰৰ পৰা সত্ৰ নগৰিত উদযাপিত হ’ব ৰাস মহোৎসৱ।সেয়েহে লক্ষ্মী পূৰ্ণিমাৰ পবিত্ৰ দিনটোৰে পৰা মাজুলীৰ সত্ৰ আৰু ৰাসমঞ্চ সমূহত চলিছে ৰাসলীলাৰ আখৰা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *