মহানগৰীৰ গণেশগুৰিত হিট এণ্ড ৰানৰ ঘটনা ।
সুৰাপায়ী চালকৰ বাহনৰ খুন্দাত পথচাৰীৰ মৃত্যু ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ চালকৰ ।
বৰ্তমানলৈও আৰক্ষীৰ হাতত তথ্য নাই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ।
চিচি কেমেৰাত বন্দী দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ দৃশ্য ।