sangbad lahar logo

মহানগৰীৰ অভিজাত ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃ. ত্যু ।

ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ ।

হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টত এই ঘটনা ।

এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো ।

ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে লিভ ইনত আছিল যুৱতীগৰাকী ।

পশ্চিমবংগৰ বাসিন্দা ৰূপেশ ৰয় ।

নিশা ৰূপেশ ৰয়-ঋত্বিকা সোণাৰৰ মাজত হৈছিল কাজিয়া ।

Related Articles