sangbad lahar logo

মধ্যপ্ৰদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা।

মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা।ৰাজ্যখনৰ ভিন্দ জিলাৰ বাবেদী গাঁৱত সংঘটিত হৈছে এই ঘটনাৰ।‌‌ প্ৰাৰম্ভিক খবৰ অনুযায়ী এগৰাকী বায়ু সেনাৰ শিকাৰুৱে চলাইছিল মিগ বিমানখন। এই ঘটনাত আহত হৈছে পাইলট গৰাকী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *