sangbad lahar logo

মণিপুৰ কংগ্ৰেছ সভাপতিৰ পদত্যাগ…

মণিপুৰ কংগ্ৰেছত খহনীয়া। ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৰিলে পদত্যাগ। ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল গোবিনদাস কণ্ঠৌজামে। গবিনদাস কণ্ঠৌজামে মণিপুৰৰ বিষ্ণুপুৰ বিধানসভা সমষ্টিৰ পৰা ৬ বাৰকৈ বিধানসভালৈ হৈছিল নিৰ্বাচিত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *