মৃতদেহৰ ওচৰত তামিলনাডুৰ পঞ্জীয়ন TN29AR7569 নম্বৰৰ ট্টাক এখন ৰৈ থকা অৱস্থাত উদ্ধাৰ ।
মৃত ব্যক্তিজন ট্টাকখনৰ ড্ৰাইভাৰ বা হেন্দিমেন বুলি সন্দেহ ৰাইজৰ ।
ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত ।
মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।