মঙ্গলদৈৰ চহৰৰ জয়ন্ত হাজৰিকা উদ্যানৰ সমীপত উদ্ধাৰ মৃতদেহটি । প্ৰচণ্ড শীতৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ লোক জনৰ। মৃত ব্যক্তি জনৰ হাতত চেলাইন লোৱা কেনুলা এটি থকাৰ লগতে এখন ভৰি বস্তাৰে বন্ধা আছে। ঘটনাস্থলীত উপস্থিত মঙ্গলদৈ আৰক্ষী।