sangbad lahar logo

মঙলদৈত নিশা দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে ব্যৱসায়ীক প্ৰতিষ্ঠান । 

মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ বিদুল আলি নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মাচীত পেট্ৰ’ল ঢালি জুই লগাই দিলে দুস্কৃৰ্তিকাৰীয়ে ৷

CC টিভিত বন্দী দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ সমগ্ৰ দৃশ্য ৷

প্ৰতিষ্ঠানখন সম্পূৰ্ণ ভস্ম হোৱাৰ পৰা কথমপি ৰক্ষা ৷

ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।

Related Articles