sangbad lahar logo

ভোলাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত ২ বাইক আৰোহী ।

ট্ৰাক আৰু বাইকৰ মাজত সংঘৰ্ষ । বাইক আৰোহী ২জনৰ অৱস্থা সংকটজনক । জিএমচিএইচ লৈ প্ৰেৰণ আহত ২ য়ো গৰাকীক । ভোলাগাঁৱত সংঘটিত হৈছে এই ঘটনা ।

Related Articles