ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ পিছতেই অশান্ত পাকিস্তান।পাকিস্তানত ইটোৰ পিছত সিটো ভয়া*ৱহ কা*ণ্ড।ভাৰতৰ এয়াৰ স্ট্রা*ই*কত তচনচ পাক স*ন্ত্রা*স*বা*দী*ৰ ঘাটী।লস্কৰ-ঈ-তৈবাৰ ঘাটী ধ্বংস কৰিলে ভাৰতে।মাছুদ আজহাৰৰ পৰিয়ালৰ লোকৰ মৃত্যু।পুৱা লাহোৰ বিমান বন্দৰত আ*ক্ৰ*ম*ণ।BLAৰ আ*ক্ৰ*ম*ণত ১২ পাক সেনা নিহত।স্কুল, বিমান বন্দৰ সকলো বন্ধ।ভাৰতৰ আ*ক্ৰ*ম*ণ*ত দিশহাৰা হৈ পৰিছে পাকিস্তান।পাকিস্তানৰ ৯খনকৈ চহৰত হাহাকাৰ।ভাৰতৰ ভয়ত কঁপিছে পাকিস্তান।যিকোনো মুহূৰ্তত হ’ব পাৰে ডাঙৰ ঘটনা।পাকিস্তানৰ ৯খন চহৰক টার্গেট কৰি নিক্ষেপ ড্রোণ।৯খনকৈ চহৰত হাহাকাৰ।আ*ক্ৰ*ম*ণ*ৰ পিছতে পাকিস্তানত হাহাকাৰ।চৌদিশে আ*তং*ক*ম*য় পৰিৱেশ।লাহোৰ ৱাল্টন পথৰ আ*ক্ৰ*ম*ণ*ত আ*হ*ত ৪জনকৈ পাক সেনা।
