sangbad lahar logo

বৰপেটা জিলা কংগ্ৰেছ আৰু বজালী ব্লক কংগ্ৰেছৰ শিক্ষকক সম্বৰ্ধনা

ডিজিটেল ডেস্ক সংবাদ লহৰঃ– বৰপেটা জিলা কংগ্ৰেছ আৰু বজালী ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে শিক্ষক দিৱসৰ দিনা পাটাছাৰকুছি সমষ্টিৰ ২৮ গৰাকী শিক্ষকক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায় । শিক্ষক সকলক গামোচা , কলম , মানপত্ৰ আৰু একোটাকৈ ছাতিৰে সম্বৰ্ধনা জনায় । এই কাৰ্যসূচীত কংগ্ৰেছৰ বহু কেইগৰাকী নেতাই সহযোগিতা আগবঢ়ায়

Related Articles

142 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *