sangbad lahar logo

বৰপেটাৰ বাঘমাৰাচৰত শোকাৱহ ঘটনা । জলজলী নৈৰ সুঁতিত পৰি মৃ. ত্যু.  এটি শিশুৰ । মৃত শিশুটি আফ্ৰুজা বেগম ।

বৰ্তমানেও সন্ধানহীন শ্বামিনা আখতাৰ নামৰ আন এটি শিশু ।

গৰু আনিবলৈ পথাৰলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা ।

ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ ।

Related Articles