বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭বছৰ।৩০খনকৈ সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল হৰেকৃষ্ণ মহন্তই। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ অঞ্চলজুৰি।