sangbad lahar logo

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা । দুৰ্ঘটনাত চালকসহ ১৪ জন যাত্ৰীৰ মৃত্যু ।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মানাউচ এৰোটেক্সি এয়াৰ লাইনছৰ ।

দুৰ্ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মানাউচ এৰোটেক্সিৰ ।

মৃত যাত্ৰীসকলৰ মাজত আমেৰিকাৰ যাত্ৰী থকাৰো সম্ভাৱনা ব্যক্ত ।

Related Articles