বেলতলা বজাৰত গাৰ্ডৱাল খহি মৃত্যু হোৱা ক্ষেত্ৰীৰ অঞ্জু ৰংপিৰ বৰবিতলিৰ ঘৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত

যোৱা সপ্তাহত বেলতলা বজাৰত দুর্ভাগ্যক্রমে বাগৰি পৰা গার্ডৱালৰ হেঁচাত মৃত্যুবৰণ কৰা বৰপিতলি গাঁও, তেঘেৰীয়াৰ অঞ্জু ৰংপিৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ লগতে অসম চৰকাৰৰ হৈ ৪ লাখ টকাৰ আর্থিক অনুদান আগবঢ়াওঁ। এই অনুদানে মৃত অঞ্জু ৰংপিৰ পৰিয়ালক নিশ্চয়কৈ কিছু পৰিমাণে সকাহ দিব পাৰিব।

বেলতলা বজাৰত গাৰ্ডৱাল খহি মৃত্যু হোৱা অঞ্জু ৰংপিৰ ক্ষেত্ৰীৰ বৰবিতলিৰ ঘৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত হৈ আত্মীয়ক আজি চাৰি লাখ টকাৰ চেক বিতৰণ কৰে ।