
প্রাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে টকিঅ’ অলিম্পিকত আজি পৰাজয়ৰ সন্মুখীন হয়। ছেমি ফাইনেলত সিন্ধুৱে চাইনীজ টাইপেইৰ দ্বিতীয় বাছনিপ্রাপ্ত তাৰকা টাই ঝু য়ঙৰ মুখামুখি হৈ ১৮-২১, ১২-২১ ত পৰাস্ত হয়।
মন কৰিবলগীয়া যে টাই ঝুৰ সৈতে শেহতীয়া তিনিবাৰৰ মুখামুখিত ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে পৰাজয়ৰ মুখামুখি হয় ।